@অমল বৰুৱা
আবেলি পৰত দেউতাকৰ হাতত ধৰি ফুৰিবলৈ যোৱা কুকীয়ে পথৰ কাষত থকা ডাষ্টবিনটোৰ ভিতৰখন চাবলৈ ইচ্ছা কৰি ক'লে...
দেউতা মোক অকমান দাঙি দিয়াচোন ডাষ্টবিনটোৰ ভিতৰত কোনোবা আছে নেকি চাওঁ....
ইয়াত লেতেৰা জাৱৰ-যোঁথৰ পেলাই অ' মাজনী এইবোৰ নাচাই নহয়।
চাওঁ দিয়া দেউতা । মোক বৰমাই এদিন কৈছে ইয়াত হেনো কেতিয়াবা সৰু সৰু বাবু-মাইনা কিছুমান পৰি থাকে। আৰু কৈছে মোকো বোলে তোমালোকে ইয়াৰ পৰাই তুলি নিছিলা ■

No comments:
Post a Comment