প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ
আজি "০১ ব'হাগ" । অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।পুৰণিক বিদায় দি আকৌ আহিল এটি নতুন বছৰ।
এই আপাহতে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ যাচিলোঁ । আজি আপোনাসবৰ কাষলৈ সজাই পৰাই লৈ আহিছোঁ ৰঙালী বিহুৰ বিহুৱান হিচাপে"অংকুৰিত সপোন" ই-আলোচনী খনৰ সপ্তম সংখ্যাটি।
ব্যস্ততাৰ বাবে কম সময়ৰ ভিতৰতে আলোচনীখনৰ কৰণীয় কামখিনি কৰা হৈছে। হয়তো জানি বা অজানিতে বহুতো ভুল থাকি গৈছে। গতিকে ভুলবোৰৰ মাৰ্জনা বিচাৰি আপোনাসৱৰ হাতত বহু আশাৰে তুলি দিলো ― অংকুৰিত সপোন ই- আলোচনীখনৰ এই সংখ্যাটি।
আশাবাদী মনে সদায়ে বিচাৰে নৱ সৌন্দৰ্য্য .....গতিকে আপোনাসবৰ গঠনমূলক মতামত তথা সু দিহা-পৰমৰ্শ সদায়ে বিচাৰিম আগুৱাই যাবলৈ। আনহাতে অনুগ্ৰহ কৰি লিংকটো স্বেয়াৰ কৰি আনকো পঢ়িবলৈ সুযোগ দিয়ে যেন ।
―সম্পাদনা সমিতি
"অংকুৰিত সপোন"
আলোচনীখন পঢ়িবলৈ ক্লিক কৰক

No comments:
Post a Comment