আজি নৱবৰ্ষৰ প্ৰথমটো দিন। আজিৰ এই শুভ দিনটোতে আপোনাসৱৰ মাজলৈ নৱবৰ্ষৰ উপহাৰ হিচাপে আগবঢ়াই দিছো 'অংকুৰ' আৰু 'জননী' গোটৰ কষ্টৰ ফচল―আপোনালোকৰ আদৰৰ "অংকুৰিত সপোন" আলোচনীখনৰ ষষ্ঠ সংখ্যাটি ।
ন-পুৰণি বিভিন্ন কলমৰ চিয়াঁহীৰে সমৃদ্ধ হোৱা অংকুৰিত সপোনে প্ৰতিবাৰৰ দৰে এইবাৰো সকলোৰে মন জয় কৰিব বুলি আমি আশা কৰিছোঁ।
শেষত আলোচনীখনৰ পৃষ্ঠা শুৱনি কৰা প্ৰতিজন লেখক লেখিকাক আন্তৰিক ধন্যবাদ জনাই ষষ্ঠ সংখ্যাটিত ৰৈ যোৱা অনাকাংক্ষিত ভুল-ক্ৰুটি বোৰ সচেতন পাঠক সমাজে আঙুলিয়াই দি গঠনমূলক দিহা পৰামৰ্শৰে আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰি আপোনালোকৰ হাতত এই ষষ্ঠ সংখ্যাটি তুলি দিলো।
ধন্যবাদেৰে-
সম্পাদনা সমিতি
(অংকুৰিত সপোন, ষষ্ঠ সংখ্যা)
_____________________________________________
_____________________________________________
প্ৰবন্ধৰ পাপৰি