আমাৰ আলোচনীৰ তৃতীয় সংখ্যা পঢ়িবলৈ আলোচনীৰ ক্লিক কৰক―
Sunday, April 28, 2019

Tags
# তৃতীয় সংখ্যা
Share This
About অংকুৰিত সপোন
তৃতীয় সংখ্যা
Labels:
তৃতীয় সংখ্যা
আমাৰ বিষয়ে
🙏স্বাগতম🙏
আমি সকলোৱে জানো বৰ্তমান সমাজখন অত্যাধুনিক ইলেক্ট্ৰনিক চালিকা শক্তিৰ দ্বাৰা চালিত।সাহিত্যৰ জগতখনো ক্ৰমাৎ পৰ্যবসিত হৈ পৰিছে ইন্টাৰনেট সৰ্বস্ব হৈ।সেয়ে ইন্টাৰনেটৰ মাধ্যমত সাজি উলিওৱা হৈছে অংকুৰিত সপোন নামৰ এই ই-আলোচনীখন।
সময়ৰ সোঁতত অথবা বিকাশৰ উপযুক্ত মঞ্চৰ অভাৱত চন পৰি ৰোৱা আপোনাসবৰ বহুমূলীয়া প্ৰতিভাৰ আঁকৰখিনিক উলিয়াই আনি সামৰি থ'ব খুজিছোঁ আলোচনীখনৰ পাতে পাতে।আনহাতে পঢ়ুৱৈ সমাজকো সাহিত্যৰ খোৰাক দিয়াৰ সামান্য প্ৰয়াস কৰিছোঁ এই আলোচনীখনৰ জৰিয়তে। এই যাত্ৰা পথত আপোনাসবৰ সহায় সহযোগিতা তথা গঠনমূলক দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আমিও প্ৰতিজ্ঞাবদ্ধ, যুগজয়ী কৰি তুলিবলৈ সদায় চেষ্টা কৰিম প্ৰতিভা বিকাশৰ এই মঞ্চখনি,নাম যাৰ "অংকুৰিত সপোন"